আমাৰ সেৱা সমূহ

আমাৰ সেৱা সমূহ


  • মাটি পৰীক্ষা

    মাটিৰ অম্লতা, এন পি কেৰ উপস্থিতি আৰু জৈৱিক কাৰ্বনৰ বিশ্লেষণ কৰা।

  • দৈনিক মূল্য

    দৈনিক পাতৰ মূল্য কাৰখানা আৰু কালেক্টৰৰ পৰা চাহ খেতিয়কক অবগত কৰোৱা৷

  • বিশেষজ্ঞ সহায়তা

    চাহ খেতিয়ক সকলক বিশেষজ্ঞৰ দ্বাৰা চাহ খেতিৰ বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰে সহায় কৰা।

  • দৈনিক হিচাব

    দৈনিক হিচাব সমূহ অনলাইন যোগে সহজ কৰি তুলা।

  • বজাৰ

    উৎপাদিতৰ ভাল মূল্যৰ বাবে তেওঁলোকৰ উমৈহতীয়া বজাৰ ব্যৱস্থা।

  • প্ৰযুক্তিগত পৰামৰ্শ

    মানদণ্ডৰ উন্নতিৰ কাৰনে খেতিয়ক সকলক বিজ্ঞান আৰু প্ৰযুক্তিগত পৰামৰ্শ আগবঢ়োৱা।